Categories
उगता भारत न्यूज़

असम की खास रपट

অসম কৰোনা সৈন্যৰ হিন্দু মহাসভাই কৰিলে প্ৰ‌‌শংসা

গুৱাহাটী: অসম হিন্দু মহাসভাই এটি প্ৰস্তাৱৰ দ্বাৰা লকডাউনৰ এই দুঃসময়ত ৰাজ্যৰ আৰক্ষী আৰু লগতে চিকিৎসক তথা নাৰ্চ সকলে কৰা সেৱাৰ অতিকৈ প্ৰ‌‌শংসা কৰে। এই ক্ষেত্ৰত পাৰ্টীৰ উত্তৰ পূব ভাৰতৰ প্ৰভাৰী অশ্বিনী কুমাৰ দত্তই কয় যে ৰাজ্যৰ চিকিৎসক আৰু নাৰ্চ সকলে বলিষ্ঠ ভূমিকাৰে মানুহৰ হিতৰ হকে যি সেৱা আগবঢ়াই আছে সেয়া প্ৰ‌‌শংসাৰ বিষয়। তেওঁ আৰু কয় যে ইয়াৰ লগতে আৰক্ষী প্ৰশাসনেও নিজৰ প্ৰাণ তথা নিজৰ ঘৰ পৰিয়ালৰ কথা চিন্তা নকৰি জনসাধাৰণৰ হিতৰ হকে লাগি আছে । যাৰ অখিল ভাৰত হিন্দু মহাসভাই প্ৰ‌‌শংসা কৰে।

তেখেতে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বও জনসাধাৰণৰ মাজত প্ৰ‌‌শংসনীয় হৈছে। যাৰ দ্বাৰা মানুহৰ মাজত বিশ্বাস বাঢ়িছে আৰু সকলো ব্যৱস্থা সুচাৰুৰূপে চলি আছে। হিন্দু মহাসভাৰ নেতা গৰাকীয়ে এই ক্ষেত্ৰত দ্বাবী জনাইছে যে লকডাউন অমান্য কৰা আৰু সামাজিক অশান্তি সৃষ্টি কৰা সকলক প্ৰশাসনে কঠোৰ শাসন কৰে যেন।

কিছুমান লোকে চিকিৎসক,নাৰ্চ আৰু আৰক্ষী প্ৰশাসনক সহযোগ নকৰি অভদ্ৰ আচৰণ কৰা কাৰ্যক অতি নিন্দনীয় বুলি তেখেতে কয়। শ্ৰী দত্তই কি যে অখিল ভাৰত হিন্দু মহাসভাই এনে ধৰণৰ অসামাজিক লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ’বলৈ দ্বাবী জনায় আৰু চিকিৎসক নাৰ্চ আৰু আৰক্ষী সকলৰ কৰ্তব্যনিষ্ঠাৰ বাবে সন্মানিত কৰাৰ বাবে দ্বাবী জনায়।

Comment:Cancel reply

Exit mobile version
betpark giriş
betgaranti giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
bettilt giriş
betpark giriş
klasbahis giriş
klasbahis giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
bettilt giriş
betpark giriş
casinolevant giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
grandpashabet giriş
grandpashabet giriş
grandpashabet giriş
grandpashabet giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
betgaranti mobil giriş
bettilt giriş
bettilt giriş
betpark giriş
bettilt giriş
betpark giriş
betpark giriş
betpark giriş
betpark giriş
bettilt giriş
betgaranti giriş
betgaranti giriş
grandpashabet giriş
grandpashabet giriş
grandpashabet giriş
grandpashabet giriş
sahabet giriş